কানিমুনি সন্ধ্যাৰ সময় … । গোঁসাই ঘৰত চাকি গচ জ্বলাই , মুকলি বতাহত অলপ বহো বুলি আগফালৰ বাৰাণ্ডা খনলৈ ওলাই আহিল নয়না । লাইটটো অফ কৰি আৰামী চকী খনত গাটো এৰি দিলে তাই । দিনটোৰ কৰ্মব্যস্ততাৰ পিছত ঘৰমুৱা হৈছে মানুহবোৰ , আপোন ঘৰখনলৈ …। সন্মুখৰ ৰাস্তাইদি অহা-যোৱা কৰা বিভিন্ন জনলৈ চাই চাই নিজকে বৰ অকলশৰীয়াContinue reading “বিষন্নতা..💔”
Category Archives: Uncategorized
নিশাৰ উচুপনি …
গাৰুটো বুকুতে সাৱটি শুব যত্ন কৰিলে নিশাই । সকলো থাকিও আজি খুব অকলশৰীয়া অনুভৱ কৰিছে তাই । কাষতে শুই পৰা আয়ন লৈ চালে… । দিনটো দৌৰি… খেলি.. টোপনিত লালকাল সি আৰু ৰাজ লেপটপটো লৈ অফিচৰ কামত ব্যস্ত । ৰাজ বিচনালৈ অহাৰ আগতেই শুই পৰিব বহুত যত্ন কৰিলে নিশাই । তাই জানে , ওচৰ পোৱাৰ লগেContinue reading “নিশাৰ উচুপনি …”
সহযাত্ৰী..💏
: অ’ৰা .. কি হ’ল ..? আজি ইমান দেৰিলৈকে শোৱা পাটি এৰাই নাই যে… । উঠা আক’ … চাহ একাপ কৰাগৈ । প্ৰাত: ভ্ৰমণৰ পৰা উভটি আহি… আগফালৰ বাৰাণ্ডাতে খবৰ কাগজ খন চাই চাই . ..চাহ একাপৰ প্ৰয়োজনীয়তা অনুভৱ কৰি দত্ত … পত্নী ৰুণাৰ ওচৰ পালেহি ।এনেই দত্ত উভটি আহি ৰুণাক আগফালে ফুলনিখন খুচৰি.. ফুলপুলিContinue reading “সহযাত্ৰী..💏”
সপোন💖
#সপোন ——পৰিলে পৰিলে অ’…..কইনা পৰিলে’….. । ভাল ঠেকেচা খালে অ’ বেচেৰীয়ে …কাৰোবাৰ চিঞৰত ৰভাৰ তলত গিৰ্জনী মাৰি হাঁহি দিলে সকলোৱে । বিয়াৰ মন্ত্ৰ উচ্চাৰণত ব্যস্ত পুৰোহিত জনও ক্ষণিক সময় মন্ত্ৰ পাঠ বন্ধ কৰি হাঁহি উঠিল …. ।নাহাঁহিবই নো কিয় …..!! হোমৰ ওচৰলৈ কান্দি কাটি বাউলি হোৱা কইনা পৰিণীতাক ,দাঙি আনোতে বেলেন্স ৰখাব নোৱাৰি ঠিক বহাবContinue reading “সপোন💖”
বিচ্ছেদ..💔
বৰষুণজাক থমকি ৰ’বই বিচৰা নাই দেখোন ….!! বিচনাৰ পৰাই খিড়িকীখনেৰে বাহিৰলৈ ভুমুকিয়াই চালে বৰ্ণালীয়ে । পুৱতি নিশাৰ পৰাই আকাশ খনে গাজি-গুমৰি আছে আজি । এসময়ত কিমান যে প্রিয় আছিল এনে এজাক বৰষুণ বৰ্ণালীৰ … সকলো অতীত হ’ল এতিয়া.. । আজিৰ এই বৰষুণজাকত ভালপোৱাৰ মাদকতা নাই.. নাই কোনো প্ৰেমৰ অনুভূতি… । এদিন এনেকুৱা এজাক বৰষুণতে তিতিContinue reading “বিচ্ছেদ..💔”
পাগলী..
চৌকাটোত জুইকুৰা দপদপকৈ জ্বলাই লৈ.. আনোৱাৰে দি পঠিওৱা চাউল কেইটাৰ.. তিনিমুঠি মান চাউল .. আলু এটাৰে সৈতে চচ এটাত উঠাই দিলে জুনুকাই । পিৰালিত পৰি থকা ভীমকলৰ বাকলি কেইটা শুকাই তেনেই কৰকৰীয়া হৈ আছিল …। আজি কেইবাদিনো জুনুকাই সেই ভীমকল কেইটাকে ইবেলা সিবেলা খাই পেটৰ ভোক গুচাই আহিছে .. । কলৰ বাকলি কেইটাও আনি চৌকাৰContinue reading “পাগলী..”
আশা…😇
সাম্প্ৰতিক পৰিস্থিতিত মনৰ অনুভৱ ::~~~~~~~~~~~~~~~~~~~~~~~~~~ বৰ্তমান বিধস্ত মোৰ চহৰ …মৃত্যুৰূপী ভাইৰাছৰ কৱলত দিনে দিনে স্তব্ধ হৈছে বহুতৰ উশাহ…খিৰিকী খন খুলি ভুমুকিয়াই চাওঁ ..দেখা পাম নেকি কেনেবাকৈ সাত সাগৰৰ সিপাৰে মোৰ পিতাইৰ চিন্তাক্লিষ্ট মুখ খনি …!! আইয়ে হয়তো চাঁদৰৰ আচলেৰে চকু পানী টুকিয়েই পাৰ কৰি দিছে দিন ৰাতি… ।আই অ’.. নকৰিবিচোন তেনেখন ।মোৰ চিন্তাত জুহালৰ জুইকুৰাContinue reading “আশা…😇”
হামাৰি অধুৰী কাহানি 💏
হামাৰি অধুৰী কাহানি 💏♥️*********************** ” Hii “.. “Hi , good morning . কি কৰি আছা?” “Very good morning dear. তোমাৰ কথাই ভাবি আছো । কি কৰিম আৰু ! মোৰ তো মন মগজু তুমিয়েই দখল কৰি ৰাখিছা ।😁😁 শুনা মই শ্বিলঙ আহিছো । official purpose , drive কৰি আছো । গৈ পাই msg কৰিম । tillContinue reading “হামাৰি অধুৰী কাহানি 💏”
বন্দীত্ব 💟
বন্দীত্ব ●● অফিচৰ পৰা আহি ….ভাগৰুৱা তৃষাই… কফি একাপ বনাই বিচনা খনতে পেট পেলাই পৰি ল’লে … ।লেপট’পটো উলিয়াই ফেচবুক লগ ইন কৰোতে… মেছেঞ্জাৰত কেইবাটাও ওপৰা ওপৰি কৈ অহা মেছেজৰ মাজৰ পৰা … প্ৰীতমৰ ও মেছেজ এটা দেখি মেছেজটো অপেন কৰি চালে … । :::::: গুড ইভিনিং মেম.. ঘৰ পালেগৈ চাগে …😁 !!ৰসিকতাৰে সুধিলে সিContinue reading “বন্দীত্ব 💟”
The Journey Begins
Thanks for joining me! Good company in a journey makes the way seem shorter. — Izaak Walton